GENERAL MATHEMATICS
Class X
Chapter 1
বাস্তব সংখ্যা
ইউক্লিডৰ বিভাজন প্ৰমিয়িকা: দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a=bq+r, 0=r<b or 0<r<b
ইয়াত, a= ভাজ্য
b=ভাজক
q=ভাকফল
r=ভাগশেষ
ইয়াত, a= ভাজ্য
b=ভাজক
q=ভাকফল
r=ভাগশেষ
অনুশীলনী 1.1
1. ইউক্লিডৰ কলম বিধি ব্যৱহাৰ কৰি গ: সা: উ: উলিওৱা।
1. ইউক্লিডৰ কলম বিধি ব্যৱহাৰ কৰি গ: সা: উ: উলিওৱা।
(iii) 867 আৰু 225
উত্তৰ:
867>225
867=225×3+102
225=×2+51
102=51×2+0
ইয়াত ভাগশেষ এতিয়া শূন্য হ'ল, গতিকে আমাৰ প্ৰণালীও বন্ধ হ'ব।
যিহেতু পৰ্যায়ত ভাজক শূন্য, গতিকে 867 আৰু 225 ৰ গ: সা: উ: 51 ।
867>225
867=225×3+102
225=×2+51
102=51×2+0
ইয়াত ভাগশেষ এতিয়া শূন্য হ'ল, গতিকে আমাৰ প্ৰণালীও বন্ধ হ'ব।
যিহেতু পৰ্যায়ত ভাজক শূন্য, গতিকে 867 আৰু 225 ৰ গ: সা: উ: 51 ।